పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সহজ అనే పదం యొక్క అర్థం.

সহজ   বিশেষ্য

అర్థం : সহজ হোৱা অৱস্থা বা ভাব

ఉదాహరణ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে

పర్యాయపదాలు : ঋজুতা, সহজতা, সৰলতা

সহজ   বিশেষণ

అర్థం : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়

ఉదాహరణ : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো

పర్యాయపదాలు : পাতল

అర్థం : যিটো সহজে বুজা যায়

ఉదాహరణ : ৰামচৰিত মানস এখন বোধগম্য গ্রন্থ

పర్యాయపదాలు : বোধগম্য, বোধ্য, সহজ-সৰল, সুবোধ, সৰল

అర్థం : স্বভাৱতে বা নিজে নিজে হোৱা

ఉదాహరణ : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া

పర్యాయపదాలు : অকৃত্রিম, নৈসর্গিক, প্রাকৃত, প্রাকৃতিক, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক

అర్థం : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়

ఉదాహరణ :

పర్యాయపదాలు : অমায়িক, উদাৰ-চিতীয়া, খোলামনৰ, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ-সৰল, সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা

అర్థం : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়

ఉదాహరణ : ভক্তি ভগৱান লাভৰ সহজ পথ

పర్యాయపదాలు : অজটিল, অনায়াসসাধ্য, উজু, ঢিলা, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সুগম, সৰল