సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু, প্রাণী আদিৰ শৰীৰৰ সম্পূর্ণ অংগ বা বিভাগ
ఉదాహరణ : এই সংস্থাটোৰ সর্বাংগতে ভ্রষ্টাচাৰ বিয়পিছে
పర్యాయపదాలు : গোটেই দেহ, পূর্ণাংগ, পূর্ণাঙ্গ, সকলো অংশ, সর্বাংগ, সর্বাঙ্গ
అర్థం : প্রতিটো দিশতে
ఉదాహరణ : চিকাগো সন্মিলনৰ পিছত স্বামী বিবেকানন্দৰ খ্যাতি চাৰিওফালে বিয়পি পৰিল
పర్యాయపదాలు : চাৰিওফালে, চৌদিশে, সকলোতে
ఆప్ స్థాపించండి