సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সময় অনুসৰি
ఉదాహరణ : যিকোনো কাম যথাসময়ত কৰা উচিত
పర్యాయపదాలు : ঠিক সময়ত, যথা কালত, যথা সময়ত, যথাকালত, যথাসময়ত, সময়ত, সসময়ত, সসময়তে
అర్థం : সময়লৈ লক্ষ্য ৰাখি উচিত বা উপযুক্তভাৱে কৰা বা হোৱা
ఉదాహరణ : সময়োচিত কাম কৰি জটিলতাৰ বা ৰক্ষা পাব পাৰি
పర్యాయపదాలు : কালোপযোগী, সময়ানুসৰি, সময়োচিত, সময়োপযোগী, সাময়িক
ఆప్ స్థాపించండి