సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সময় অনুসৰি
ఉదాహరణ : যিকোনো কাম যথাসময়ত কৰা উচিত
పర్యాయపదాలు : ঠিক সময়ত, যথা কালত, যথা সময়ত, যথাকালত, যথাসময়ত, সময়মতে, সসময়ত, সসময়তে
అర్థం : ভালেমান সময় পাৰ হৈ যোৱাৰ পিছত
ఉదాహరణ : কালান্তৰত তেওঁ ঘটি যোৱা ঘটনাবোৰ পাহৰি গʼল আৰু পুনৰ ৰামুৰ সৈতে বন্ধুত্ব কৰিলে
పర్యాయపదాలు : অইন সময়ত, অন্যসময়ত, কালান্তৰত, সময়ৰ অন্তত
ఆప్ స్థాపించండి