పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সময় అనే పదం యొక్క అర్థం.

সময়   বিশেষ্য

అర్థం : ভোজন কৰাৰ নিশ্চিত সময়

ఉదాహరణ : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

పర్యాయపదాలు : বেলা

అర్థం : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে

ఉదాహరణ : মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল

అర్థం : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ఉదాహరణ : সময় কাৰোবাবে ৰৈ নাথাকে

పర్యాయపదాలు : কাল, ক্ষণ, বেলা

అర్థం : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে

ఉదాహరణ : ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল

పర్యాయపదాలు : মুহূর্ত

అర్థం : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়

ఉదాహరణ : ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে

అర్థం : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ఉదాహరణ : এই কামটো কৰিবৰ সময় হʼল

పర్యాయపదాలు : ক্ষণ, দাও, বেলা, সুচল, সুযোগ

అర్థం : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

ఉదాహరణ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

పర్యాయపదాలు : কাল, যুগ