సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন ব্যক্তিৰ সৈতে কোনো সম্পর্ক আছে
ఉదాహరణ : মোৰ এজন সম্পর্কীয় লোক দিল্লীত থাকে
పర్యాయపదాలు : মিতিৰ, লগা-ভগা, সম্পর্কীয়
అర్థం : কোনো বিষয়, কাম বা তথ্যৰ সৈতে সম্পর্ক ৰাখোঁতা
ఉదాహరణ : তেওঁ খেল ্সংক্রান্তীয় কথা-বতৰা পচন্দ কৰে
పర్యాయపదాలు : বিষয়ক, সংক্রান্তীয়, ্সম্পর্কীয়
ఆప్ స్థాపించండి