పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সম্বন্ধ అనే పదం యొక్క అర్థం.

সম্বন্ধ   বিশেষ্য

అర్థం : বিবাহ বা তাৰ নিশ্চয়

ఉదాహరణ : মংগলাৰ বাবে বিলাসপুৰত সম্বন্ধ ঠিক হʼল

అర్థం : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ

ఉదాహరణ : একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়

పర్యాయపదాలు : সম্পর্ক

అర్థం : সম্বন্ধীয় হোৱা এক অৱস্থা

ఉదాహరణ : সম্বন্ধ দুয়োফালৰ পৰা বর্তাই ৰাখিলেহে জীয়াই থাকে

అర్థం : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়

ఉదాహరణ : মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?

పర్యాయపదాలు : সম্পর্ক

అర్థం : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য

ఉదాహరణ : বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি

పర్యాయపదాలు : সম্পর্ক

అర్థం : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

ఉదాహరణ : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

పర్యాయపదాలు : মতলব, সম্পর্ক