అర్థం : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
ఉదాహరణ :
লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
పర్యాయపదాలు : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ
అర్థం : আৰম্ভণিৰ পৰা শেষলৈকে
ఉదాహరణ :
তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে
పర్యాయపదాలు : আদ্যোপান্ত
అర్థం : কোনো অংশ বা খণ্ডৰ গোটেইখিনি
ఉదాహరణ :
বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে
పర్యాయపదాలు : পূৰা
అర్థం : যʼত একো কম হৈ থকা নাই
ఉదాహరణ :
তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে