పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সম্পূর্ণ అనే పదం యొక్క అర్థం.

সম্পূর্ণ   বিশেষ্য

అర్థం : সমাপ্ত হোৱাৰ ভাব বা কার্য

ఉదాహరణ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

పర్యాయపదాలు : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সাং

সম্পূর্ণ   ক্ৰিয়া বিশেষণ

అర్థం : সম্পূর্ণ ৰূপত

ఉదాహరణ : এই কথাটো সম্পূর্ণ মিছা তেওঁ ্ৰাস্তাটোৰ একদম সোঁমাজত থিয় হৈ আছিল

పర్యాయపదాలు : একদম, একেবাৰে

সম্পূর্ণ   বিশেষণ

అర్థం : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা

ఉదాహరణ : লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ

పర్యాయపదాలు : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ

అర్థం : কোনো অৱশিষ্ট নথকা

ఉదాహరణ : মই কৰা কামটো এতিয়া শেষ হʼল

పర్యాయపదాలు : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, ্পূৰ

అర్థం : আৰম্ভণিৰ পৰা শেষলৈকে

ఉదాహరణ : তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে

పర్యాయపదాలు : আদ্যোপান্ত

అర్థం : কোনো অংশ বা খণ্ডৰ গোটেইখিনি

ఉదాహరణ : বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে

పర్యాయపదాలు : পূৰা

అర్థం : যিমান আছে সকলোখিনি

ఉదాహరణ : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?

పర్యాయపదాలు : মুঠ, সকলো, সমগ্র, সমস্ত, সমুদায়, সর্বমুঠ

అర్థం : যʼত একো কম হৈ থকা নাই

ఉదాహరణ : তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে