సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
ఉదాహరణ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
పర్యాయపదాలు : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সূচনা, সূত্রপাত
అర్థం : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
ఉదాహరణ : আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
పర్యాయపదాలు : আৰম্ভ হোৱা, আৰম্ভণি হোৱা, শুৰু হোৱা
ఆప్ స్థాపించండి