అర్థం : কোনো প্রথা বা নিয়মৰ অন্ত হোৱা
ఉదాహరణ :
বর্ত্্মান সমাজৰ পৰা সতীদাহ প্রথা সম্পূর্ণৰূপে শেষ হʼল
పర్యాయపదాలు : নির্মূল ্হোৱা, শেষ হোৱা
అర్థం : কোনো কার্য আদি পূর্ণ ্হোৱা
ఉదాహరణ :
ছোৱালীজনীৰ বিয়াখন ভালদৰেই অন্ত পৰিল
పర్యాయపదాలు : অন্ত পৰা