సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি জিকিব পাৰে বা জিকাৰ যোগ্য
ఉదాహరణ : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
పర్యాయపదాలు : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজেতা, বিজয়ী
అర్థం : যি লাভ, যশ আদিৰ দৃষ্টিত ঠিক আছে বা যি সঠিক ব্যৱহাৰ হৈছে
ఉదాహరణ : আপোনাৰ দর্শনে মোৰ জীৱন সার্থক কৰিলে
పర్యాయపదాలు : সফল মনোৰথ, সফলক্াম, সার্থক, সিদ্ধকাম
అర్థం : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
ఉదాహరణ : মোহন এই কামত সফল হʼল
పర్యాయపదాలు : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ
ఆప్ స్థాపించండి