సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনে সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ఉదాహరణ : ৰামুৱে শ্রদ্ধা সহকাৰে সন্যাসীসকলৰ সেৱা আগবঢ়ায়
అర్థం : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ఉదాహరణ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
పర్యాయపదాలు : বিমুখ, বিৰক্ত, বিৰাগ, বৈৰাগী
అర్థం : সন্যাস আশ্রমত প্রৱেশ কৰাজন
ఉదాహరణ : তেওঁ কুম্ভ মেলাত বহুতো সন্যাসীক লগ পালে
ఆప్ స్థాపించండి