సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন আদৰ কৰাৰ যোগ্য
ఉదాహరణ : মহাত্মা গান্ধী এজন আদৰণীয় ব্যক্তি আছিল
పర్యాయపదాలు : আদৰণীয়, মাননীয়, মান্য
అర్థం : (ভাল অৱস্থা আদিত থকাৰ কাৰণ) যি সন্মানৰ যোগ্য হয়
ఉదాహరణ : শচীনৰ শতকৰ কাৰণে টীমে এক সন্মানজনক স্কʼৰ বনাব পাৰিলে
పర్యాయపదాలు : সন্মানজনক
ఆప్ స్థాపించండి