అర్థం : যাৰ সন্মান কৰা হʼল
ఉదాహరణ :
সন্মানিত সন্ত সকলক উপহাৰ দিয়াৰ পিছত বিদায় দিয়া হʼল
పర్యాయపదాలు : আদৃত
అర్థం : যি প্রতিষ্ঠা লাভ কৰিছে
ఉదాహరణ :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
పర్యాయపదాలు : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, মান্য, সম্ভ্রান্ত
అర్థం : যাক সন্মান কৰা হৈছে
ఉదాహరణ :
সভাৰ অধ্যক্ষই সভাত উপস্থিত সকলো বিদ্বানকে ফুলৰ থোপাৰে সন্মানিত কৰিলে
పర్యాయపదాలు : সম্মানিত