సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে
ఉదాహరణ : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল
పర్యాయపదాలు : গধূলা, গধূলি, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ, সায়াহ্ন
అర్థం : দিনৰ শেষ হোৱা আৰু ৰাতিৰ আৰম্ভ হোৱা সময়ছোৱা
ఉదాహరణ : সন্ধিয়া হোৱাৰ লগে-লগে তেওঁ ঘৰৰ ্ পৰা ওলাল
పర్యాయపదాలు : গধূলি, সন্ধ্যা
ఆప్ స్థాపించండి