సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যʼত সন্দেহ নাথাকে
ఉదాహరణ : সন্দেহহীন কথা কওতেও আপুনি কিয় সংকোচ কৰিছে ?
పర్యాయపదాలు : শংকাহীন, শঙ্কাহীন
అర్థం : যি সন্দিগ্ধ নহয়
ఉదాహరణ : এইজন অসন্দিগ্ধ লোক, এওঁক সন্দেহ কৰাৰ কোনো প্রয়োজন নাই
పర్యాయపదాలు : অসন্দিগ্ধ, অসন্দেহজনক, অসন্দেহপূর্ণ
అర్థం : যʼত সন্দেহ নাই
ఉదాహరణ : মাৰ সন্দেহহীন কথা শুনি মই নিশ্চিত হʼলোঁ
పర్యాయపదాలు : অসন্দিগ্ধ, নিঃসন্দেহ, প্রতীত, প্রত্যয়িত, সংশয়হীন
ఆప్ స్థాపించండి