సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
ఉదాహరణ : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
పర్యాయపదాలు : লগোৱা, লেপন লগোৱা
అర్థం : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া
ఉదాహరణ : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়
పర్యాయపదాలు : ঘঁ্হা, লগোৱা
అర్థం : কোনো বস্তু দ্রৱ পদার্থত ্ ভালকৈ মিহলাবলৈ লৰোৱা-বগোৱা কৰা
ఉదాహరణ : তেওঁ পকৰী বনাবলৈ বেচনখিনি মথিছে
పర్యాయపదాలు : ফেটা, মথা, মাৰা
ఆప్ స్థాపించండి