అర్థం : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ
ఉదాహరణ :
పర్యాయపదాలు : অৱশ্যে, ঠিককৈ, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়কৈ, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই
అర్థం : ভুল নকৰাকৈ
ఉదాహరణ :
ইমান ভিৰতো মই আপোনাক সঠিককৈ চিনি পালো