అర్థం : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
ఉదాహరణ :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
పర్యాయపదాలు : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
అర్థం : একেবাৰে ঠিক বা উচিত
ఉదాహరణ :
ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
అర్థం : যিটো নৈতিকতাৰে ভৰি আছে
ఉదాహరణ :
আমি উচিত কাম কৰা উচিত
పర్యాయపదాలు : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
అర్థం : যিটো নি্র্ধাৰিত বা নিশ্চিত
ఉదాహరణ :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
పర్యాయపదాలు : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত