సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চুৰি বা ছল-কপট নকৰা ব্যক্তি
ఉదాహరణ : আমি যাক সজ্জন বুলি ভাবিছিলো, তেওঁ বহুত ্ডাঙৰ চোৰ ওলালে
అర్థం : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে
ఉదాహరణ : সৎ লোকৰ আদৰ কৰা
పర్యాయపదాలు : ভাল মানুহ, সুজন, সৎপুৰুষ, সৎলোক
అర్థం : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ఉదాహరణ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
పర్యాయపదాలు : ভাল, সাধু, সুজন, সৎ
ఆప్ స్థాపించండి