పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সজোৱা అనే పదం యొక్క అర్థం.

সজোৱা   ক্ৰিয়া

అర్థం : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য

ఉదాహరణ : নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে

పర్యాయపదాలు : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা

అర్థం : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

ఉదాహరణ : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

పర్యాయపదాలు : ব্যৱস্থিত কৰা, লগোৱা

అర్థం : আহাৰ সন্মুখত ৰখা

ఉదాహరణ : তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে

పర్యాయపదాలు : পৰিৱেশন কৰা

అర్థం : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ఉదాహరణ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

పర్యాయపదాలు : কৰা, বনোৱা