అర్థం : জল বা পানী যুক্ত
ఉదాహరణ :
বাৰিষা হোৱাৰ লগে লগে শুকান পুখুৰী আদি জলযুক্ত হৈ পৰিল
పర్యాయపదాలు : জলযুক্ত
అర్థం : যি অশ্রুৰে পৰিপূর্ণ
ఉదాహరణ :
তেওঁৰ ্ ৰাম-কাহিনী শুনি মোৰ চকু চলচলীয়া হৈ পৰিল
పర్యాయపదాలు : অশ্রুকাতৰ, অশ্রুপূর্ণ, অশ্রুভৰা, অশ্রুময়, অশ্রুযুক্ত, অশ্রুসজল, অশ্রুসিক্ত, অশ্রুৰুদ্ধ, গলদশ্রু, চলচল, চলচলীয়া, ঢুলঢুলীয়া, বাষ্পাকুল