సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সাহিত্যত থকা নায়িকাই নিজৰ মনৰ সকলো কথা কোৱা স্ত্রী
ఉదాహరణ : ৰাজকুমাৰীয়ে নিজৰ সখীয়েকৰ লগত উদ্যানত বার্তালাপ কৰি আছিল
అర్థం : যিজনে সকলো কাম আৰু কথাতে ভালচিন্তা আৰু সহায়তা কৰে
ఉదాహరణ : প্রকৃত বন্ধুৰ পৰীক্ষা বিপদৰ সময়তহে হয়
పర్యాయపదాలు : দোস্তী, বন্ধু, বান্ধৱ, মিতা, মিত্র, সংগী, সখা, সঙ্গী
అర్థం : নাৰী বন্ধু
ఉదాహరణ : আজি গীতাই তাইৰ বান্ধৱীক লগ কৰিবলৈ গৈছে
పర్యాయపదాలు : বান্ধৱী
ఆప్ స్థాపించండి