సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ধ্বংস কৰা ব্যক্তি
ఉదాహరణ : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
పర్యాయపదాలు : ধ্বংসকাৰী, নাশী, বিনাশক, বিনাশী
అర్థం : যি কাৰোবাক হত্যা কৰিছে
ఉదాహరణ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
పర్యాయపదాలు : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
అర్థం : যাৰ পৰা প্রাণ নাশ হʼব পাৰে বা প্রাণ লওঁ্তা
ఉదాహరణ : সি ্তেওঁৰ ওপৰত ্প্রাণনাশক আক্রমণ চলাইছিল
పర్యాయపదాలు : জীৱান্তক, প্রাণঘাতী, প্রাণনাশক, প্রাণহাৰক, প্রাণহাৰী, প্রাণান্তক, প্রাণান্তিক
ఆప్ స్థాపించండి