అర్థం : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
ఉదాహరణ :
ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
పర్యాయపదాలు : সংগঠন
అర్థం : সাহিত্য, বিজ্ঞান, কলা আদিৰ উন্নতিৰ কাৰণে স্থাপন কৰা সমাজ
ఉదాహరణ :
ভাৰতীয় ঔদ্যোগিক প্রতিষ্ঠান শিক্ষাৰ ক্ষেত্রত বিশ্ববিখ্যাত
పర్యాయపదాలు : প্রতিষ্ঠান, সংস্থান
అర్థం : চৰকাৰৰ এক প্রকাৰৰ প্রশাসনিক গোট
ఉదాహరణ :
চি বি আই ভাৰত চৰকাৰৰ এটা অনুসন্ধান সংস্থা