పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সংস্কাৰ అనే పదం యొక్క అర్థం.

সংস্কাৰ   বিশেষ্য

అర్థం : দোষ বা ত্রুটি দূৰ ্আঁ্তৰাই ভাল কৰা কার্য

ఉదాహరణ : পাণিনিয়ে দেৱভাষাৰ পৰিশোধন কৰি তাক সংস্কৃত ৰূপ দিছিল

పర్యాయపదాలు : সংশোধন পৰিশোধন

అర్థం : মানুহক শুদ্ধ আৰু উন্নত কৰিবৰ বাবে ধার্মিক দৃষ্টিৰে কৰা হিন্দুসকলৰ বিশিষ্ট কৃত্য

ఉదాహరణ : হিন্দু ধর্মত ্সংস্কাৰৰ ডাঙৰ মহত্ত্ব আছে

అర్థం : কোনো বস্তুক আৰু ভাল বা অধিক উপযোগী কৰি তোলা কার্য

ఉదాహరణ : এই কামটোত শুধৰণিৰ প্রয়োজন আছে

పర్యాయపదాలు : শুধৰণি

అర్థం : মন, ৰুচি, আচাৰ-ব্যৱহাৰ আদিক পৰিষ্কৃত তথা উন্নত কৰা কার্য

ఉదాహరణ : লʼৰা-ছোৱালীক ভাল সংস্কাৰ দিয়াটো সকলো মাক-দেউতাকৰে কর্তব্য

అర్థం : পূর্বজন্ম, কুল মর্যাদা, শিক্ষা, সভ্যতা আদিৰ মনত পৰা প্রভাৱ

ఉదాహరణ : এইটো বোৱাৰীৰ সংস্কাৰেই হয় যে তেওঁ কেতিয়াও ওলোটাই উত্তৰ নিদিয়ে