సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
ఉదాహరణ : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
పర్యాయపదాలు : জগত, দুনীয়া, বিশ্ব
అర్థం : পৃথিৱীত থকা লোক
ఉదాహరణ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
పర్యాయపదాలు : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, ৰাইজ
అర్థం : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ఉదాహరణ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
పర్యాయపదాలు : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সৃষ্টি
ఆప్ స్థాపించండి