అర్థం : দেশৰ শাসন সম্পর্কীয় কাম-কাজৰ সঞ্চালনা কৰা ভৱন
ఉదాహరణ :
সন্ত্রাসবাদৰ কাৰণে সংসদ ভৱনৰ সুৰক্ষা বঢ়াই দিয়া হৈছে
పర్యాయపదాలు : সংসদ ভৱন
అర్థం : দেশৰ শাসন ব্যৱস্থাৰ সুচাৰু সম্পাদনৰ বাবে নাগৰিকৰ দ্বাৰা নি্র্বাচন কৰা প্রতিনিধিৰ সভা যি ৰাজ্য অথবা শাসন সম্বন্ধীয় কামত সহায়ৰ বাবে আইন প্রস্তুত কৰে
ఉదాహరణ :
সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে