సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ব্যাকৰণত যি পদে দুটা শ্্ব্দ বা বাক্যৰ মাজত বহি সেই দুটা শ্্ব্দ বা বাক্যক জোৰা লগায়
ఉదాహరణ : তথা, আৰু আদি সংযোজক অব্যয়
పర్యాయపదాలు : অব্যয়, সংযোজক অব্যয়
అర్థం : যিয়ে যোৰা দিয়ে বা মিলায়
ఉదాహరణ : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
పర్యాయపదాలు : যোজক, সমন্বয়ক
అర్థం : জোৰা লগোৱা বা মিলোৱা
ఉదాహరణ : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
పర్యాయపదాలు : যোজক, সংযোগী
ఆప్ స్థాపించండి