అర్థం : চালৰ যি গুণৰ বাবে চুলে বা হেচিলে অনুভৱ হয়
ఉదాహరణ :
অংগবোৰৰ পক্ষাঘাতৰ ফলত সেই অংগৰ সংবেদনশীলতাও নোহোৱা হৈ যায়
అర్థం : সংবেদনশীল হোৱা অৱস্থা বা ভাৱ
ఉదాహరణ :
চৰকাৰে ৰাইজৰ সমস্যাসমূহৰ সমাধান সংবেদনশীলতাৰে কৰিব লাগে