అర్థం : জ্ঞান আৰু বুদ্ধি
ఉదాహరణ :
ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
పర్యాయపదాలు : চেতনা, বিচাৰ-বুদ্ধি
అర్థం : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়
ఉదాహరణ :
আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য
పర్యాయపదాలు : নাম
అర్థం : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ
ఉదాహరణ :
তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে
పర్యాయపదాలు : বিশেষ্য