అర్థం : সঞ্চিত বা একত্রিত কৰা
ఉదాహరణ :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
పర్యాయపదాలు : একত্রিত কৰা, গোটোৱা, জমা কৰা, সঞ্চিত কৰা
అర్థం : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
ఉదాహరణ :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
పర్యాయపదాలు : আদায় কৰা