అర్థం : সাহিত্য আদি কোনো এক বিভাগ সম্বন্ধীয় অনেক বিষয় একত্রিত হৈ থকা গ্রন্থ
ఉదాహరణ :
কল্পলতা হাজাৰী প্রসাদ দ্বিবেদীৰ নিবন্ধ সংকলন
పర్యాయపదాలు : সংকলন
అర్థం : কোনো বস্তু একেলগে বা একগোট কৰি ৰখা কার্য
ఉదాహరణ :
কপিলে ঐতিহাসিক সামগ্রীৰ সংগ্রহ কৰে
అర్థం : একত্র কৰা বা হোৱা কার্য
ఉదాహరణ :
এই মন্দিৰটো সাজিবৰ কাৰণে বৃহৎ পৰিমাণত চান্দা একগোট
పర్యాయపదాలు : একগোট