అర్థం : যাৰ সংগঠন কৰা হৈছে
ఉదాహరణ :
ইংৰাজৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে ভাৰতীয় জনসাধাৰণ সংগঠিত হʼব লগা হৈছিল
అర్థం : যিটো একতাৰে পৰিপূর্ণ
ఉదాహరణ :
সংগঠিত সমাজ এখন সহজেই বিকাশৰ পথত অগ্রসৰ হʼব পাৰে
పర్యాయపదాలు : সৌহার্দ্যপূর্ণ, ্একতাপূর্ণ