సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
ఉదాహరణ : ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
అర్థం : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
ఉదాహరణ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে
పర్యాయపదాలు : দল, মণ্ডল, মণ্ডলী
అర్థం : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
ఉదాహరణ : ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
పర్యాయపదాలు : সংস্থা
ఆప్ స్థాపించండి