సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
ఉదాహరణ : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
పర్యాయపదాలు : অংক
అర్థం : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
ఉదాహరణ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
పర్యాయపదాలు : অংক, খণ্ড, নম্বৰ
అర్థం : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ఉదాహరణ : এক কোটি বহুত ডাঙৰ সংখ্যা
పర్యాయపదాలు : অংক, অঙ্ক, ৰাশি
అర్థం : সংখ্যাৰ চিহ্ন
ఉదాహరణ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
పర్యాయపదాలు : অংক, অঙ্ক
అర్థం : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
ఉదాహరణ : আহতৰ সংখ্যা বহুত বেছি
ఆప్ స్థాపించండి