పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সংকৰ అనే పదం యొక్క అర్థం.

সংকৰ   বিশেষ্য

అర్థం : উন্নত জাত সৃষ্টিৰ বাবে বা কোনো নতুন জাতি বা বর্গ উৎপন্ন কৰিবৰ বাবে ভিন ভিন জাতি বা বর্গৰ জন্তু বা উদ্ভিদৰ মাজত সংসর্গ কৰোৱা কার্য

ఉదాహరణ : ঘোঁৰা আৰু গাধৰ সংকৰৰ পৰা খচ্চৰ সৃষ্টি হৈছে

పర్యాయపదాలు : সঙ্কৰ

అర్థం : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু

ఉదాహరణ : প্রসাদ এবিধ মিশ্রণ

పర్యాయపదాలు : মিশ্রণ, সংমিশ্রণ

সংকৰ   বিশেষণ

అర్థం : সংকৰৰ পৰা উৎপন্ন

ఉదాహరణ : ইয়াত ঘোঁৰা আৰু গায়ৰ উন্নত সংকৰজ জাতিৰ উৎপন্ন কৰা হয়

పర్యాయపదాలు : বর্ণ সংকৰ, সংকৰজ