సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
ఉదాహరణ : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
పర్యాయపదాలు : চৰম, লাজ
అర్థం : কোনো কাম কৰাৰ আগতে মনত হোৱা উচপিচ অৱস্থা
ఉదాహరణ : দীপাক এই উপহাৰটো দিবলৈ মোৰ সংকোচ লাগিছে
పర్యాయపదాలు : কুণ্ঠাবোধ
ఆప్ స్థాపించండి