సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
ఉదాహరణ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
పర్యాయపదాలు : ঠিক, যথার্থ, সত্য
అర్థం : যিটো মিছা বা মনেসজা নহয়
ఉదాహరణ : তেওঁ ্ভাৰত মাতৃৰ সঁ্চা সন্তান
పర్యాయపదాలు : প্রকৃত
అర్థం : যিটো বাস্তৱত আছে বা হৈছে
ఉదాహరణ : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
పర్యాయపదాలు : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, যথার্থ, লৌকিক, সত্তাযুক্ত, সত্য, ্ পার্থিৱ
ఆప్ స్థాపించండి