అర్థం : কাৰোবাৰ বিৰুদ্ধে গুপ্তভাৱে কৰা কোনো কাম বা মন্ত্রণা
ఉదాహరణ :
চৰকাৰ ভাঙিবৰ কাৰণে বিৰোধী দলে সদায় কিবা নহয় কিবা ষড়যন্ত্র কৰে
పర్యాయపదాలు : দূৰভিসন্ধি
అర్థం : কপটতাপূর্ণ ্কোনো আঁচনি বা আয়োজন
ఉదాహరణ :
চক্রবেহুৰ ৰচনা এক ষড়যন্ত্র আছিল