సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়
ఉదాహరణ : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে
పర్యాయపదాలు : উচ্চ
అర్థం : যি খুউব ভাল
ఉదాహరణ : ৰামচৰিত মানস সন্ত তুলসীদাসৰ উত্তম কৃতি
పర్యాయపదాలు : অনন্য, অনবদ্য, উত্তম, উৎকৃষ্ট, প্রকৃষ্ট, সর্ব্বোত্তম
అర్థం : যি কোনো ক্ষেত্রৰ প্রধান
ఉదాహరణ : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
పర్యాయపదాలు : অগ্রগণ্য, অগ্রণী, প্রধান, প্রমুখ, মুখ্য
ఆప్ స్థాపించండి