అర్థం : সংগীতৰ কোনো সপ্ততকৰ বাইশ ভাগৰ এটা ভাগ
ఉదాహరణ :
শ্রুতি অবিহনে সংগীত অসম্পূর্ণ
అర్థం : যি ইন্দ্রিয়ৰ সহায়ত শ্্ব্দ শুনা পোৱা যায়
ఉదాహరణ :
গা-ধোওঁতে মোৰ কাণত পানী সোমাল
పర్యాయపదాలు : কর্ণ, কাণ, শ্রোত্র, শ্রৱণ, শ্রৱণেন্দ্রিয়, শ্্ব্দগ্রহ
అర్థం : যিটো কাণ বাগৰি আহিছে
ఉదాహరణ :
মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
పర్యాయపదాలు : কিংবদন্তি, জনশ্রুতি, শ্রুতি-কথা