సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি শুই আছে বা নিদ্রাত আছে
ఉదాహరణ : শোৱাজনক নজগাবা
పర్యాయపదాలు : সুপ্ত
అర్థం : শোৱা কার্য
ఉదాహరణ : শোৱাৰ কাৰণে ৰাতিৰ সৃষ্টি হৈছে
పర్యాయపదాలు : শয়ন
అర్థం : দেহ আৰু মগজুক বিশ্রাম দিবৰ বাবে টোপনি গৈ থকা অৱস্থা
ఉదాహరణ : দিনটোৰ পৰিশ্ৰমৰ অন্তত সি সোনকালে শুলে দিনত টোপনি যোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী
పర్యాయపదాలు : ঘুমটি অহা, টোপনি যোৱা, নিদ্রা অহা
ఆప్ స్థాపించండి