పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শেষ কৰা అనే పదం యొక్క అర్థం.

শেষ কৰা   ক্ৰিয়া

అర్థం : কোনো কাম বা বস্তু আদিৰ অন্ত কৰা

ఉదాహరణ : প্রথমে এই কামটো সমাপ্ত কৰা

పర్యాయపదాలు : সমাপ্ত কৰা

అర్థం : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ఉదాహరణ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

పర్యాయపదాలు : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা

అర్థం : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া

ఉదాహరణ : মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে

పర్యాయపదాలు : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা