సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : একপ্রকাৰৰ ডাঙৰ চিকাৰী চৰাই
ఉదాహరణ : শেনটোৱে একে চোঁচাতে নিগনিটো ধৰি লৈ গʼল
పర్యాయపదాలు : ঈগল, ঈগল চৰাই, উকহ, বহৰী, শেন চৰাই
అర్థం : গোটেই ভাৰততে পোৱা এবিধ বেগী চৰাই
ఉదాహరణ : শেন চৰাই আকাৰত কাউৰীতকৈ সৰু তথা দেহৰ তলৰ ফালে বগা আৰু ওপৰৰ ফালে ছাই বৰণীয়া বা নীলা বৰণীয়া
పర్యాయపదాలు : শেন চৰাই
ఆప్ స్థాపించండి