పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শূন্য అనే పదం యొక్క అర్థం.

শূন্য   বিশেষ্য

అర్థం : খালী বা ৰিক্ত স্থান

ఉదాహరణ : তেওঁ শূন্যত ঘূৰি আছিল

పర్యాయపదాలు : আকাশ

అర్థం : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই

ఉదాహరణ : যাদুকৰে শূন্যত মোক ৰাখি থʼলে

పర్యాయపదాలు : আলাস, ওপৰ

అర్థం : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ

ఉదాహరణ : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়

అర్థం : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়

ఉదాహరణ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে

పర్యాయపదాలు : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, , গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম

শূন্য   বিশেষণ

అర్థం : ভিতৰত একো নথকা বা যি অপূর্ণ

ఉదాహరణ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে

పర్యాయపదాలు : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত

అర్థం : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা

ఉదాహరణ : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল

పర్యాయపదాలు : বিহীন, ৰহিত