అర్థం : ন্যায়ালয় বা ন্যায়াধীশৰ সন্মুখত কোনো অভিযোগ বা মোকর্দ্্মাৰ বিষয়ে বিচাৰ কৰা কার্য
ఉదాహరణ :
আজি দেৱানী আদালতত মোৰ মোকর্দ্্মাৰ শুনানী আছে
పర్యాయపదాలు : সোধ
అర్థం : বিচাৰৰ কাৰণে দুয়োপক্ষৰ কথা নিজ সাক্ষাতত শুনা
ఉదాహరణ :
দণ্ডাধীশে অভিযোগকাৰী আৰু অভিযুক্ত দুয়োপক্ষৰ শুনানী লʼলে