సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ধর্ম অনুসৰি পবিত্র হোৱা অৱস্থা
ఉదాహరణ : গংগাজলৰ পবিত্রতাত কোনো সন্দেহ নাই
పర్యాయపదాలు : পবিত্রতা, শুচিতা
అర్థం : বিশুদ্ধ হোৱাৰ অৱস্থা
ఉదాహరణ : সোণাৰীয়ে সোণ দেখিয়েই তাৰ বিশুদ্ধতা প্রমাণ পায়
పర్యాయపదాలు : বিশুদ্ধতা, বিশুদ্ধি, যথার্থত্া, সাৰবত্তা
అర్థం : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব
ఉదాహరణ : পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে
పర్యాయపదాలు : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, স্বচ্ছতা
ఆప్ స్థాపించండి