పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শুদ্ধ అనే పదం యొక్క అర్థం.

শুদ্ধ   বিশেষ্য

అర్థం : নিজকে শুদ্ধ কৰিবৰ বাবে তী্র্থ আদিৰ জল নিজৰ গাত চটিওৱা কার্য

ఉదాహరణ : পূজাৰ আগতে পৱিত্র কৰা হয়

పర్యాయపదాలు : পৱিত্র

শুদ্ধ   বিশেষণ

అర్థం : যʼত কোনো ময়লা বা কলুষতা নাই

ఉదాహరణ : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল

పర్యాయపదాలు : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, বিশুদ্ধ, স্বচ্ছ

అర్థం : যিটো ভুল নহয়

ఉదాహరణ : শুদ্ধ বাক্যৰ ওপৰত শুদ্ধ চিন লগাওক

అర్థం : যি ্ধর্ম অনুসৰি শুদ্ধ বা মহত্ত্বপূর্ণ

ఉదాహరణ : কাশী এখন পৱিত্র ঠাই

పర్యాయపదాలు : নি্র্মল, পুণ্য, পূত, পৱিত্র, সাত্ত্বিক

అర్థం : ভেজাল নাইকিয়া ভাল বস্তু

ఉదాహరణ : আজিকালি বজাৰত খাতি বস্তু পাবলৈ নাই

పర్యాయపదాలు : অবিমিশ্রিত, আঁভজুৱা, আচল, খাটি, নির্ভেজ্াল, নি্ভঁজুৱা, নি্ভাঁজ বিশুদ্ধ