అర్థం : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা
ఉదాహరణ :
ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে
పర్యాయపదాలు : বাষ্পীভূত কৰা
అర్థం : আদ্রতা দূৰ কৰা
ఉదాహరణ :
অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়
అర్థం : সজীৱতা বা সতেজতা ভাব নথকা
ఉదాహరణ :
অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে
అర్థం : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
ఉదాహరణ :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
పర్యాయపదాలు : শুকাই যোৱা